పవిత్ర ఖుర్ఆన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురఆన్ వివరణ యొక్క సారాంశం, అస్సామీ భాషలో అనువాదం

আল-আহক্বাফ

ఈ సూరహ్ (అధ్యాయం) ప్రయోజనాలు:
بيان حاجة البشريّة للرسالة وإنذار المعرضين عنها.
মানৱ জীৱনত ৰাছুলৰ কিমান প্ৰয়োজন সেই কথাৰ বৰ্ণনা কৰা হৈছে, আৰু ইয়াৰ পৰা বিমুখ হোৱা লোকসকলক সাৱধান কৰা হৈছে। info

external-link copy
1 : 46

حٰمٓ ۟ۚ

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম। info

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ। info

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল। info

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য। info