แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
82 : 2

وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟۠

আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। আৰু তাত তেওঁলোক চিৰস্থায়ী হব। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• بعض أهل الكتاب يدّعي العلم بما أنزل الله، والحقيقة أن لا علم له بما أنزل الله، وإنما هو الوهم والجهل.
কিছুমান আহলে কিতাবে সিহঁতৰ ওচৰত আল্লাহৰ পুথিৰ জ্ঞান আছে বুলি দাবী কৰে কিন্তু সিহঁতৰ ওচৰত ভ্ৰম আৰু অজ্ঞতাৰ বাহিৰে আন একো নাই। info

• من أعظم الناس إثمًا من يكذب على الله تعالى ورسله ؛ فينسب إليهم ما لم يكن منهم.
আটাইতকৈ ডাঙৰ পাপীসকলৰ ভিতৰত এজন সেই ব্যক্তি যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰি এনেকুৱা কথা তেওঁলোকৰ লগত সম্পৃক্ত কৰে যিটো তেওঁলোকে কোৱা নাই। info

• مع عظم المواثيق التي أخذها الله تعالى على اليهود وشدة التأكيد عليها، لم يزدهم ذلك إلا إعراضًا عنها ورفضًا لها.
আল্লাহে ইয়াহুদীসকলৰ পৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈছিল আৰু সেইবোৰ পালন কৰিবলৈ তাগিদ কৰিছিল কিন্তু সিহঁতৰ বিমুখতা আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰা কাৰ্যহে বৃদ্ধি পালে। info