แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
5 : 27

اُولٰٓىِٕكَ الَّذِیْنَ لَهُمْ سُوْٓءُ الْعَذَابِ وَهُمْ فِی الْاٰخِرَةِ هُمُ الْاَخْسَرُوْنَ ۟

উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ বাবেই পৃথিৱীত আছে হত্যা আৰু বন্দীত্বৰ দৰে বেয়া শাস্তি। তথা সিহঁতেই আখাৰিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। কাৰণ সিহঁতে কিয়ামতৰ দিনা নিজকে আৰু নিজৰ পৰিয়ালক জাহান্নামৰ অধিবাসী কৰি ক্ষতিৰ সন্মুখীন হ’ব। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info