แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
2 : 30

غُلِبَتِ الرُّوْمُ ۟ۙ

পাৰস্যসকলে ৰোমানসকলক পৰাজিত কৰিছে। info
التفاسير: |
ประโยชน์​ที่​ได้รับ​จากโองการต่างๆ ในหน้านี้:
• لجوء المشركين إلى الله في الشدة ونسيانهم لأصنامهم، وإشراكهم به في الرخاء؛ دليل على تخبطهم.
মুশ্বৰিকসকলে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সিহঁতৰ মূৰ্ত্তিবোৰক পাহৰি যায়, আনহাতে সুখৰ সময়ত সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰে, এইটোৱে সিহঁতৰ বিবেকহীনতাৰ পৰিচয়। info

• الجهاد في سبيل الله سبب للتوفيق إلى الحق.
আল্লাহৰ পথত জিহাদ কৰাটো হৈছে সত্যৰ তাওফীক লাভ কৰাৰ অন্যতম উপায়। info

• إخبار القرآن بالغيبيات دليل على أنه من عند الله.
কোৰআনত বৰ্ণিত হোৱা অদৃশ্যমূলক সংবাদবোৰে প্ৰমাণ কৰে যে, কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। info