Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (268) Surah: Al-Baqarah
اَلشَّیْطٰنُ یَعِدُكُمُ الْفَقْرَ وَیَاْمُرُكُمْ بِالْفَحْشَآءِ ۚ— وَاللّٰهُ یَعِدُكُمْ مَّغْفِرَةً مِّنْهُ وَفَضْلًا ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
চয়তানে তোমালোকক অভাৱ অনাটনৰ ভয় দেখুৱায়, কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু পাপ কৰ্মৰ পিনে আহ্বান কৰে। আনহাতে আল্লাহে তোমালোকক তোমালোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ব্যপক জীৱিকাৰ বচন দিয়ে। আল্লাহ বিশাল অনুগ্ৰহশীল আৰু বান্দাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• المؤمنون بالله تعالى حقًّا واثقون من وعد الله وثوابه، فهم ينفقون أموالهم ويبذلون بلا خوف ولا حزن ولا التفات إلى وساوس الشيطان كالتخويف بالفقر والحاجة.
যিসকলে আল্লাহৰ প্ৰতি বিশুদ্ধচিত্তে ঈমান পোষণ কৰে তেওঁলোকে তেওঁৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিদানৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকে নিজৰ সম্পদ ভয়-ভীতি আৰু চয়তানৰ কুমন্ত্ৰণা যেনে- অভাৱ-অনাটনৰ ভয় আদিৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈ ব্যয় কৰে।

• الإخلاص من أعظم ما يبارك الأعمال ويُنمِّيها.
ইখলাচ এনেকুৱা এটা ডাঙৰ বস্তু যিয়ে কামত অধিক প্ৰাচুৰ্য প্ৰদান কৰে আৰু প্ৰগতিশীল কৰে।

• أعظم الناس خسارة من يرائي بعمله الناس؛ لأنه ليس له من ثواب على عمله إلا مدحهم وثناؤهم.
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সেই ব্যক্তি যিয়ে মানুহক দেখুৱাবলৈ কাম কৰে, কিয়নো সি নিজৰ কামৰ প্ৰতিদানস্বৰূপে মানুহৰ প্ৰশংসাৰ বাহিৰে আন একো লাভ নকৰিব।

 
Salin ng mga Kahulugan Ayah: (268) Surah: Al-Baqarah
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara