Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (74) Surah: An-Naml
وَاِنَّ رَبَّكَ لَیَعْلَمُ مَا تُكِنُّ صُدُوْرُهُمْ وَمَا یُعْلِنُوْنَ ۟
বান্দাৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, নিশ্চয় আপোনাৰ প্ৰতিপালক সেই বিষয়ে ভালদৰেই জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। অতিশীঘ্ৰে তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দান কৰিব।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• علم الغيب مما اختص به الله، فادعاؤه كفر.
গায়েব সম্পৰ্কীয় জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। গায়েব সম্পৰ্কীয় জ্ঞানৰ দাবী কৰা কুফৰী কাম।

• الاعتبار بالأمم السابقة من حيث مصيرها وأحوالها طريق النجاة.
বিগত উম্মতসমূহৰ পৰিণাম আৰু সিহঁতৰ অৱস্থাৰ পৰা শিক্ষা লোৱাটো এক প্ৰকাৰ মুক্তিৰ পথ।

• إحاطة علم الله بأعمال عباده.
আল্লাহ তাআলা বান্দাৰ সকলো কৰ্ম সম্পৰ্কে অৱগত।

• تصحيح القرآن لانحرافات بني إسرائيل وتحريفهم لكتبهم.
কোৰআনে বনী ইছৰাঈলৰ পথভ্ৰষ্টতা সম্পৰ্কে আলোচনা কৰি তাৰ প্ৰতিকাৰ বৰ্ণনা কৰে, লগতে সিহঁতে ঐশীগ্ৰন্থসমূহক যিদৰে বিকৃত কৰিছিল, সেইবোৰ আঙুলিয়াই দিয়ে।

 
Salin ng mga Kahulugan Ayah: (74) Surah: An-Naml
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara