Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
59 : 29

الَّذِیْنَ صَبَرُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟

গুনাহৰ পৰা বিৰত থাকি আৰু আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰি তেওঁৰ আদেশ মতে আমল কৰা লোকসকলৰ প্ৰতিদান কিমান যে উত্তম প্ৰতিদান! তেওঁলোকে সকলো কৰ্মতেই একমাত্ৰ নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• استعجال الكافر بالعذاب دليل على حمقه.
শাস্তিৰ বাবে খৰখেদা কৰাটো কাফিৰসকলৰ মুৰ্খতাৰ পৰিচয়। info

• باب الهجرة من أجل سلامة الدين مفتوح.
দ্বীন ৰক্ষা কৰিবলৈ হিজৰতৰ দুৱাৰ সদায় উন্মুক্ত। info

• فضل الصبر والتوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। info

• الإقرار بالربوبية دون الإقرار بالألوهية لا يحقق لصاحبه النجاة والإيمان.
আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰাকৈ, কেৱল তেওঁৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই কেতিয়াও মানুহ মুমিন হ’ব নোৱাৰে আৰু ইয়াৰ ফলত মুক্তি লাভ কৰাও সম্ভৱ নহয়। info