Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
11 : 32

قُلْ یَتَوَفّٰىكُمْ مَّلَكُ الْمَوْتِ الَّذِیْ وُكِّلَ بِكُمْ ثُمَّ اِلٰی رَبِّكُمْ تُرْجَعُوْنَ ۟۠

হে ৰাছুল! আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা এই লোকসকলক কৈ দিয়কঃ মৃত্যুৰ ফিৰিস্তাই তোমালোকৰ প্ৰাণ হৰণ কৰিব, যাক আল্লাহে তোমালোকৰ প্ৰাণ হৰণ কৰাৰ বাবে নিযুক্ত কৰি ৰাখিছে। এতেকে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰতেই তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে উভতি আহিব লাগিব। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الحكمة من بعثة الرسل أن يهدوا أقوامهم إلى الصراط المستقيم.
নবীসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, মানুহক সঠিক পথত পৰিচালিত কৰা। info

• ثبوت صفة الاستواء لله من غير تشبيه ولا تمثيل.
কোনো ধৰণৰ উদাহৰণ আৰু কোনো সাদৃশ্যতা নোহোৱাকৈ আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্য সাব্যস্ত কৰাৰ প্ৰমাণ। info

• استبعاد المشركين للبعث مع وضوح الأدلة عليه.
স্পষ্ট প্ৰমাণ প্ৰত্যক্ষ কৰাৰ পিছতো মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰে। info