Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (145) Surah: An-Nisā’
اِنَّ الْمُنٰفِقِیْنَ فِی الدَّرْكِ الْاَسْفَلِ مِنَ النَّارِ ۚ— وَلَنْ تَجِدَ لَهُمْ نَصِیْرًا ۟ۙ
নিশ্চয় আল্লাহে ক্বিয়ামতৰ দিনা মুনাফিকসকলক জাহান্নামৰ সৰ্বনিম্ন স্থানত ঠাই দিব আৰু তুমি সিহঁতৰ বাবে কোনো সহায়ক নাপাবা যিয়ে সিহঁতৰ শাস্তি দূৰ কৰিব পাৰিব।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• بيان صفات المنافقين، ومنها: حرصهم على حظ أنفسهم سواء كان مع المؤمنين أو مع الكافرين.
মুনাফিকসকলৰ বৈশিষ্ট্যৰ বৰ্ণনা। সিহঁতৰ অন্যতম এটা বৈশিষ্ট্য এই যে, কেৱল নিজৰ উদ্দেশ্য পুৰণ কৰাৰ প্ৰয়াস কৰা, সেয়া মুমিনসকলৰ লগত থাকিয়ে হওঁক নাইবা কাফিৰসকলৰ লগত থাকি।

• أعظم صفات المنافقين تَذَبْذُبُهم وحيرتهم واضطرابهم، فلا هم مع المؤمنين حقًّا ولا مع الكافرين.
মুনাফিকসকলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে দোদুল্যমান অৱস্থাত থকা, অশান্তি তথা ক্লান্তিত থকা। সিহঁত পৰিপূৰ্ণৰূপে মুমিনসকলৰ লগতো নাথাকে আৰু কাফিৰসকলৰ লগতো নহয়।

• النهي الشديد عن اتخاذ الكافرين أولياء من دون المؤمنين.
মুমিনসকলক এৰি কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰিবলৈ কঠোৰ ভাৱে নিষেধ কৰা হৈছে।

• أعظم ما يتقي به المرء عذاب الله تعالى في الآخرة هو الإيمان والعمل الصالح.
মুমিনসকলে আখিৰাতত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে ঈমান আৰু আৰু সৎকৰ্ম।

 
Salin ng mga Kahulugan Ayah: (145) Surah: An-Nisā’
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara