Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (56) Surah: Al-Mā’idah
وَمَنْ یَّتَوَلَّ اللّٰهَ وَرَسُوْلَهٗ وَالَّذِیْنَ اٰمَنُوْا فَاِنَّ حِزْبَ اللّٰهِ هُمُ الْغٰلِبُوْنَ ۟۠
যিয়ে আল্লাহ, তেওঁৰ ৰাছুল তথা মুমিনসকলৰ লগত বন্ধুত্ব কৰিব, আৰু তেওঁলোকক সহায় কৰিব, তেওঁ আল্লাহৰ দলৰ সদস্য হ'ব। আৰু আল্লাহৰ দলেই বিজয় প্ৰাপ্ত। কিয়নো তেওঁলোক আল্লাহৰ সহায় প্ৰাপ্ত।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• التنبيه علي عقيدة الولاء والبراء التي تتلخص في الموالاة والمحبة لله ورسوله والمؤمنين، وبغض أهل الكفر وتجنُّب محبتهم.
অলা আৰু বাৰাআ সম্পৰ্কীয় আক্বীদাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা। যাৰ সাৰাংশ হৈছেঃ আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ লগত বন্ধুত্ব কৰা তথা কাফিৰসকলৰ লগত বিদ্বেষ পোষণ কৰা আৰু সিহঁতৰ লগত বন্ধুত্ব কৰাৰ পৰা বিৰত থকা।

• من صفات أهل النفاق: موالاة أعداء الله تعالى.
মুনাফিকসকলৰ এটা বৈশিষ্ট্য এই যে, সিহঁতে আল্লাহৰ শত্ৰুসকলৰ লগত বন্ধুত্ব কৰে।

• التخاذل والتقصير في نصرة الدين قد ينتج عنه استبدال المُقَصِّر والإتيان بغيره، ونزع شرف نصرة الدين عنه.
দ্বীনৰ সহায়ৰ ক্ষেত্ৰত অৱহেলা আৰু প্ৰবঞ্চনা কৰাৰ পৰিণতি এই যে, সিহঁতৰ স্থানত আন লোকক স্থাপন কৰিব। এইদৰে সিহঁতক দ্বীনৰ সহায়তাৰ সন্মানৰ পৰা বঞ্চিত কৰা হ'ব।

• التحذير من الساخرين بدين الله تعالى من الكفار وأهل النفاق، ومن موالاتهم.
মুনাফিক তথা কাফিৰসকলৰ বন্ধুত্বৰ পৰা সাৱধান কৰা হৈছে, যিসকলে আল্লাহৰ দ্বীনক উপহাস কৰে।

 
Salin ng mga Kahulugan Ayah: (56) Surah: Al-Mā’idah
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara