Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (33) Sure: Sûratu'l-Kasas
قَالَ رَبِّ اِنِّیْ قَتَلْتُ مِنْهُمْ نَفْسًا فَاَخَافُ اَنْ یَّقْتُلُوْنِ ۟
মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁতৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হওঁ, তেন্তে সিহঁতে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• الوفاء بالعقود شأن المؤمنين.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে মুমিনসকলৰ মৰ্যাদা।

• تكليم الله لموسى عليه السلام ثابت على الحقيقة.
মুছা আলাইহিচ্ছালামে আল্লাহৰ লগত কৰা বাৰ্তালাপ বাস্তৱিকৰূপে প্ৰমাণিত।

• حاجة الداعي إلى الله إلى من يؤازره.
ধৰ্ম প্ৰচাৰত জৰিত ব্যক্তিসকলৰো সহায়কৰ প্ৰয়োজন হ'ব পাৰে।

• أهمية الفصاحة بالنسبة للدعاة.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে ভাষাজ্ঞানত দক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ।

 
Anlam tercümesi Ayet: (33) Sure: Sûratu'l-Kasas
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat