Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (25) سورت: کہف
وَلَبِثُوْا فِیْ كَهْفِهِمْ ثَلٰثَ مِائَةٍ سِنِیْنَ وَازْدَادُوْا تِسْعًا ۟
গুহাত অৱস্থানকাৰী লোকসকলে গুহাত তিনি শ ন বছৰ অৱস্থান কৰিছিল।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• اتخاذ المساجد على القبور، والصلاة فيها، والبناء عليها؛ غير جائز في شرعنا.
কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা, তাত ছালাত আদায় কৰা আৰু তাৰ ওপৰত ভৱন নিৰ্মাণ কৰা আদি আমাৰ চৰীয়তত বৈধ নহয়।

• في القصة إقامة الحجة على قدرة الله على الحشر وبعث الأجساد من القبور والحساب.
উক্ত ঘটনাৰ দ্বাৰা এই কথা প্ৰমাণ হয় যে, আল্লাহ তাআলাই কিয়ামতৰ দিনা একত্ৰিত কৰিবলৈ মানুহক পুনৰ্জীৱিত কৰি হিচাপ নিকাচ কৰাৰ ক্ষমতা ৰাখে।

• دلَّت الآيات على أن المراء والجدال المحمود هو الجدال بالتي هي أحسن.
উক্ত আয়াতবোৰে এই কথাও প্ৰমাণ কৰে যে, প্ৰশংসনীয় বাদানুবাদ সেইটোৱেই যিটো উত্তম পন্থাৰে কৰা হয়।

• السُّنَّة والأدب الشرعيان يقتضيان تعليق الأمور المستقبلية بمشيئة الله تعالى.
চৰীয়তৰ দৃষ্টিত ছুন্নত তথা আদব হৈছে এই যে, ভৱিষ্যতে কৰিবলগীয়া বিষয়বোৰ আল্লাহৰ ইচ্ছাৰ লগত সম্পৃক্ত কৰা উচিত।

 
معانی کا ترجمہ آیت: (25) سورت: کہف
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - ترجمے کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں