قرآن کریم کے معانی کا ترجمہ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (192) سورت: سورۂ شعراء
وَاِنَّهٗ لَتَنْزِیْلُ رَبِّ الْعٰلَمِیْنَ ۟ؕ
নিঃসন্দেহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• كلما تعمَّق المسلم في اللغة العربية، كان أقدر على فهم القرآن.
এজন মুছলিমে আৰবী ভাষা যিমান গভীৰভাৱে অধ্যয়ন কৰিব, সেই অনুপাতে কোৰআন বুজাৰ দক্ষতা লাভ কৰিব।

• الاحتجاج على المشركين بما عند المُنْصِفين من أهل الكتاب من الإقرار بأن القرآن من عند الله.
ঐশীগ্ৰন্থ প্ৰাপ্ত লোকসকলৰ মাজৰ ন্যায়প্ৰিয় লোকসকলৰ এই স্বীকাৰোক্তি মুশ্বৰিকসকলৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ যে, কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

• ما يناله الكفار من نعم الدنيا استدراج لا كرامة.
কাফিৰসকলে পৃথিৱীত লাভ কৰা নিয়ামতবোৰ হৈছে সিহঁতৰ বাবে এক প্ৰকাৰ অৱকাশ, সন্মান নহয়।

 
معانی کا ترجمہ آیت: (192) سورت: سورۂ شعراء
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - ترجمے کی لسٹ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

بند کریں