Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (48) سورت: یٰس
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভৱ বুলি আখ্যায়িত কৰি কয়ঃ হে মুমিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটিত হ’ব?!
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• من أساليب تربية الله لعباده أنه جعل بين أيديهم الآيات التي يستدلون بها على ما ينفعهم في دينهم ودنياهم.
আল্লাহে তেওঁৰ বান্দাসকলক প্ৰশিক্ষণ দিয়াৰ এটা অন্যতম পদ্ধতি হৈছে, তেওঁ বান্দাসকলৰ সন্মুখত নিদৰ্শন ৰাখি দিছে, সেইবোৰৰ পৰা তেওঁলোকে দ্বীন দুনিয়াৰ লাভদায়ক বিষয়বোৰ আহৰণ কৰিব পাৰে।

• الله تعالى مكَّن العباد، وأعطاهم من القوة ما يقدرون به على فعل الأمر واجتناب النهي، فإذا تركوا ما أمروا به، كان ذلك اختيارًا منهم.
আল্লাহে বান্দাসকলক প্ৰতিষ্ঠিত কৰিছে তথা সিহঁতক সামৰ্থ প্ৰদান কৰিছে, যাতে তেওঁলোকে তেওঁৰ আদেশ পালন কৰিব পাৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ আদেশকৃত কোনো বিষয় এৰি দিয়ে, সেইক্ষেত্ৰত এইটো তেওঁলোকৰ ইচ্ছাধীন বিষয়।

 
معانی کا ترجمہ آیت: (48) سورت: یٰس
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - ترجمے کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں