قرآن کریم کے معانی کا ترجمہ - آسامی ترجمہ * - ترجمے کی لسٹ

PDF XML CSV Excel API
Please review the Terms and Policies

معانی کا ترجمہ آیت: (14) سورت: سورۂ حُجرات
قَالَتِ الْاَعْرَابُ اٰمَنَّا ؕ— قُلْ لَّمْ تُؤْمِنُوْا وَلٰكِنْ قُوْلُوْۤا اَسْلَمْنَا وَلَمَّا یَدْخُلِ الْاِیْمَانُ فِیْ قُلُوْبِكُمْ ؕ— وَاِنْ تُطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ لَا یَلِتْكُمْ مِّنْ اَعْمَالِكُمْ شَیْـًٔا ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিছোঁ’। কোৱা, ‘তোমালোকে ঈমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পণ কৰিছোঁ’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
عربی تفاسیر:
 
معانی کا ترجمہ آیت: (14) سورت: سورۂ حُجرات
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - آسامی ترجمہ - ترجمے کی لسٹ

قرآن کریم کے معانی کا آسامی ترجمہ۔ ترجمہ شیخ رفیق الاسلام حبیب الرحمن نے سنہ 1438ھ کو کیا ہے۔

بند کریں