Check out the new design

Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси * - Таржималар мундарижаси


Маънолар таржимаси Оят: (26) Сура: Аҳзоб
وَاَنْزَلَ الَّذِیْنَ ظَاهَرُوْهُمْ مِّنْ اَهْلِ الْكِتٰبِ مِنْ صَیَاصِیْهِمْ وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ فَرِیْقًا تَقْتُلُوْنَ وَتَاْسِرُوْنَ فَرِیْقًا ۟ۚ
আনহাতে ইয়াহুদীসকলৰ মাজৰ যিসকলে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক সিহঁতৰ দুৰ্গসমূহৰ পৰা অৱতৰণ কৰাইছিল, য’ত সিহঁতে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবলৈ আশ্ৰয় লৈছিল। লগতে সিহঁতৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিছিল। গতিকে হে মুমিনসকল! সেইকাৰণেই তোমালোকে সিহঁতৰ মাজৰ কিছুমানক হত্যা কৰিব পাৰিছিলা আৰু আন কিছুমানক বন্দী কৰিছিলা।
Арабча тафсирлар:
Ушбу саҳифадаги оят фойдаларидан:
• تزكية الله لأصحاب رسول الله صلى الله عليه وسلم ، وهو شرف عظيم لهم.
স্বয়ং আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ নিষ্কলুষতা বৰ্ণনা কৰাটো হৈছে তেওঁলোকৰ বাবে এটা মহামৰ্যাদা।

• عون الله ونصره لعباده من حيث لا يحتسبون إذا اتقوا الله.
যদি বান্দাই আল্লাহৰ তাক্বৱা অৱলম্বন কৰে অৰ্থাৎ সকলো ক্ষেত্ৰতে তেওঁক ভয় কৰে, তেন্তে আল্লাহ তেওঁক অভাৱনীয়ভাৱে সহায়-সহযোগ কৰে।

• سوء عاقبة الغدر على اليهود الذين ساعدوا الأحزاب.
বিশ্বাসঘাতক ইয়াহুদীসকলৰ বেয়া পৰিণামৰ বৰ্ণনা, যিসকলে যুদ্ধৰ কঠিন সন্ধিক্ষণত বিশ্বাসঘাতকতা কৰি শত্ৰু পক্ষক সহায় কৰিছিল।

• اختيار أزواج النبي صلى الله عليه وسلم رضا الله ورسوله دليل على قوة إيمانهنّ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্তুষ্টিক চয়ন কৰাটো তেওঁলোকৰ মজবুত ঈমানৰ পৰিচায়ক।

 
Маънолар таржимаси Оят: (26) Сура: Аҳзоб
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси - Таржималар мундарижаси

Тафсир маркази томонидан нашр этилган.

Ёпиш