《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
4 : 106

الَّذِیْۤ اَطْعَمَهُمْ مِّنْ جُوْعٍ ۙ۬— وَّاٰمَنَهُمْ مِّنْ خَوْفٍ ۟۠

যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খোওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীৰ অন্তৰত কাবা ঘৰ আৰু তাৰ ওচৰে- পাজৰে থকা সকলক সন্মানিত কৰিছে। info
التفاسير:
这业中每段经文的优越:
• أهمية الأمن في الإسلام.
ইছলামত শান্তিৰ মহত্ব আৰু গুৰুত্ব। info

• الرياء أحد أمراض القلوب، وهو يبطل العمل.
মানুহক দেখুৱাবলৈ কৰা কৰ্ম হৈছে অন্তৰৰ ব্যাধিৰ অন্যতম। যিয়ে মানুহৰ আমল ধ্বংস কৰি পেলায়। info

• مقابلة النعم بالشكر يزيدها.
আল্লাহৰ অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা পালন কৰিলে সেয়া আৰু বৃদ্ধি হয়। info

• كرامة النبي صلى الله عليه وسلم على ربه وحفظه له وتشريفه له في الدنيا والآخرة.
আল্লাহৰ ওচৰত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদা, তেওঁৰ তৰফৰ পৰা ৰাছুলক সুৰক্ষা প্ৰদান আৰু পৃথিৱী আৰু পৰকালত তেখেতক প্ৰতিষ্ঠা কৰা। info