《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (41) 章: 呼德
وَقَالَ ارْكَبُوْا فِیْهَا بِسْمِ اللّٰهِ مَجْرٖىهَا وَمُرْسٰىهَا ؕ— اِنَّ رَبِّیْ لَغَفُوْرٌ رَّحِیْمٌ ۟
নূহ আলাইহিছ ছালামে নিজ পৰিয়ালৰ আৰু তেওঁৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল তেওঁলোকক সম্বোধন কৰি ক'লেঃ তোমালোকে নাৱত আৰোহণ কৰা। আল্লাহৰ নামত এই নাও গতি কৰিব আৰু তেওঁৰ নামতে স্থিৰ হ'ব। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই প্ৰতীক যে, তেওঁ মুমিনসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিলে।
阿拉伯语经注:
这业中每段经文的优越:
• بيان عادة المشركين في الاستهزاء والسخرية بالأنبياء وأتباعهم.
মুশ্বৰিকসকলৰ স্বভাৱৰ বৰ্ণনা যে, সিহঁতে যুগে যুগে নবী আৰু তেওঁৰ অনুসাৰীসকলক বিদ্ৰুপ কৰি আহিছে।

• بيان سُنَّة الله في الناس وهي أن أكثرهم لا يؤمنون.
মানুহৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়মৰ বৰ্ণনা যে, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব।

• لا ملجأ من الله إلا إليه، ولا عاصم من أمره إلا هو سبحانه.
আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই, আৰু তেওঁৰ আদেশ ব্যতীত কোনো ৰক্ষাকাৰীও নাই।

 
含义的翻译 段: (41) 章: 呼德
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭