《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (37) 章: 哈吉拉
قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ
আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃত্যু পিছুৱাই দিয়া হ'ল।
阿拉伯语经注:
这业中每段经文的优越:
• في الآيات دليل على تزاور المتقين واجتماعهم وحسن أدبهم فيما بينهم، في كون كل منهم مقابلًا للآخر لا مستدبرًا له.
উক্ত আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, জান্নাতত মুত্তাক্বীসকলে ইজনে সিজনক সাক্ষাৎ কৰিবলৈ যাব, আৰু বৈঠক কৰিব, লগতে তেওঁলোকে উত্তম শিষ্টাচাৰ অৱলম্বন কৰি সদাচৰণ কৰিব। ইজনে সিজনৰ সন্মুখত বহিব, কোনেও কাকো পিঠি দিয়াকৈ নবহিব।

• ينبغي للعبد أن يكون قلبه دائمًا بين الخوف والرجاء، والرغبة والرهبة.
বান্দাৰ অন্তৰ সদায় ভয় আৰু আশাৰ মাজত তথা উৎসাহ আৰু আশংকাৰ মাজত থকা উচিত।

• سجد الملائكة لآدم كلهم أجمعون سجود تحية وتكريم إلا إبليس رفض وأبى.
সকলো ফিৰিস্তাই আদমক সন্মানাৰ্থে ছাজদাহ কৰিছিল, কেৱল ইবলীছেই ছাজদাহ কৰা নাছিল তথা অস্বীকাৰ কৰিছিল।

• لا سلطان لإبليس على الذين هداهم الله واجتباهم واصطفاهم في أن يلقيهم في ذنب يمنعهم عفو الله.
আল্লাহে যিসকলক হিদায়ত প্ৰদান কৰিছে তথা সৎকৰ্মৰ বাবে নিৰ্বাচিত কৰিছে, ইবলীছে কেতিয়াও তেওঁলোকক এনেকুৱা পাপকৰ্মত লিপ্ত কৰিব নোৱাৰিব যিটো ক্ষমাৰ যোগ্য নহয়।

 
含义的翻译 段: (37) 章: 哈吉拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭