《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (58) 章: 哈吉拉
قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ
বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকুৱা এটা সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে প্ৰেৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে আৰু সকলো প্ৰকাৰ অসৎকৰ্ম কৰে। সিহঁত হৈছে লূত সম্প্ৰদায়।
阿拉伯语经注:
这业中每段经文的优越:
• تعليم أدب الضيف بالتحية والسلام حين القدوم على الآخرين.
কোনো ব্যক্তিৰ ঘৰত অতিথি হিচাপে গলে প্ৰথমে ছালাম কৰা উচিত।

• من أنعم الله عليه بالهداية والعلم العظيم لا سبيل له إلى القنوط من رحمة الله.
আল্লাহে যাক হিদায়তৰ পথ দেখুৱাইছে, আৰু উচ্চ জ্ঞান দান কৰিছে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা উচিত নহয়।

• نهى الله تعالى لوطًا وأتباعه عن الالتفات أثناء نزول العذاب بقوم لوط حتى لا تأخذهم الشفقة عليهم.
আল্লাহে লূত আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰীসকলক তেওঁৰ সম্প্ৰদায়ৰ ওপৰত যেতিয়া শাস্তি অৱতীৰ্ণ হ'ব তেতিয়া পিচফালে ঘূৰি চাবলৈ নিষেধ কৰিছিল, যাতে সিহঁতৰ প্ৰতি পুতৌ নজন্মে।

• تصميم قوم لوط على ارتكاب الفاحشة مع هؤلاء الضيوف دليل على طمس فطرتهم، وشدة فحشهم.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁৰ অতিথিসকলৰ লগত অশ্লীল কাৰ্য কৰাৰ দৃঢ় বাসনাই প্ৰমাণ কৰে যে, সিহঁতৰ প্ৰবৃত্তি কিমান বিকৃত হৈছিল, আৰু সিহঁত কিমান নিৰ্লজ্জ হৈ পৰিছিল।

 
含义的翻译 段: (58) 章: 哈吉拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭