《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (9) 章: 哈吉拉
اِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟
নিশ্চয় আমিয়েই এই কোৰআন মুহাম্মদৰ অন্তৰত অৱতীৰ্ণ কৰিছো, মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়েই এই কোৰআনক সুৰক্ষা প্ৰদান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতকৰণৰ পৰা।
阿拉伯语经注:
这业中每段经文的优越:
• القرآن الكريم جامع بين صفة الكمال في كل شيء، والوضوح والبيان.
পৱিত্ৰ কোৰআন সকলো ফালৰ পৰা এখন পৰিপূৰ্ণ আৰু স্পষ্ট পুথি।

• يهتم الكفار عادة بالماديات، فتراهم مُنْغَمِسين في الشهوات والأهواء، مغترين بالأماني الزائفة، منشغلين بالدنيا عن الآخرة.
কাফিৰসকলৰ সদ্ভাৱে সিহঁতক ভৌতিকবাদৰ পিনে আহ্বান কৰে। সেই কাৰণেই আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁত সদায় প্ৰবৃত্তিৰ কামনাৰ পিছত লাগি থাকে, মিছা আশাৰ প্ৰৱঞ্চনাত নিমজ্জিত থাকে, তথা আখিৰাতক পাহৰি পাৰ্থিৱ জীৱনকলৈ ব্যস্ত থাকে।

• هلاك الأمم مُقَدَّر بتاريخ معين، ومقرر في أجل محدد، لا تأخير فيه ولا تقديم، وإن الله لا يَعْجَلُ لعجلة أحد.
সম্প্ৰদায়সমূহক নিঃশেষ কৰাৰ এটা সময় নিৰ্ধাৰিত থাকে। যিটো কেতিয়াও অগাপিছা নহয়। সেয়ে কাৰোবাৰ ক্ষীপ্ৰ চাহিদাৰ প্ৰতি ভিত্তি কৰি আল্লাহে কেতিয়াও সেই সময় আগুৱাই নানে।

• تكفل الله تعالى بحفظ القرآن الكريم من التغيير والتبديل، والزيادة والنقص، إلى يوم القيامة.
আল্লাহে পৱিত্ৰ কোৰআনক ক্বিয়ামত পৰ্যন্ত সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতৰ পৰা সুৰক্ষিত ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে।

 
含义的翻译 段: (9) 章: 哈吉拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭