《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (22) 章: 伊斯拉仪
لَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَقْعُدَ مَذْمُوْمًا مَّخْذُوْلًا ۟۠
হে মোৰ বান্দা! তুমি আল্লাহৰ লগত আনক অংশীদাৰ কৰি তাৰ উপাসনা নকৰিবা। এনে কৰিলে তুমি আল্লাহৰ ওচৰত লাঞ্ছিত হবা। আৰু তেওঁৰ নেক বান্দাসকলৰ ওচৰত অপ্ৰশংসনীয় হৈ পৰিবা, আৰু তোমাৰ কোনো সহায়ক নাথাকিব।
阿拉伯语经注:
这业中每段经文的优越:
• ينبغي للإنسان أن يفعل ما يقدر عليه من الخير وينوي فعل ما لم يقدر عليه؛ ليُثاب على ذلك.
মানুহে সক্ষম অনুযায়ী সৎকৰ্ম কৰা উচিত, আৰু যিবোৰ নেক কৰ্ম কৰিবলৈ সক্ষম নহয় সেইবোৰ কৰিবলৈ মনতে আশা পুহি ৰখা উচিত, যাতে ইয়াৰ ছোৱাব পোৱা যায়।

• أن النعم في الدنيا لا ينبغي أن يُسْتَدل بها على رضا الله تعالى؛ لأنها قد تحصل لغير المؤمن، وتكون عاقبته المصير إلى عذاب الله.
পৃথিৱীত লাভ কৰা নিয়ামতবোৰ এই কথাৰ প্ৰমাণ নহয় যে, আল্লাহে সেই ব্যক্তিৰ প্ৰতি সন্তুষ্ট। কিয়নো পাৰ্থিৱ জীৱনৰ এই ধন-সম্পদ অমুছলিমেও লাভ কৰে, অৱশেষত তাৰ পৰিণাম হয় আল্লাহৰ শাস্তি।

• الإحسان إلى الوالدين فرض لازم واجب، وقد قرن الله شكرهما بشكره لعظيم فضلهما.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰা ফৰজ তথা অপৰিহাৰ্য। তেওঁলোকৰ মহা মৰ্যাদা বুজাবলৈ আল্লাহে নিজৰ কৃতজ্ঞতাৰ সৈতে তেওঁলোকৰ কৃতজ্ঞতাৰ কথা সংযুক্ত কৰিছে।

• يحرّم الإسلام التبذير، والتبذير إنفاق المال في غير حقه.
অপব্যয় কৰাক ইছলামে হাৰাম কৰিছে। অপব্যয় হৈছে অনুপযুক্ত ঠাইত ধন ব্যয় কৰা।

 
含义的翻译 段: (22) 章: 伊斯拉仪
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭