《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (47) 章: 拜格勒
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ۟
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! মই তোমালোকক প্ৰদান কৰা দ্বীনি আৰু দুনয়াবী অনুগ্ৰহসমূহ স্মৰণ কৰা। লগতে এইটোও স্মৰণ কৰা যে, মই তোমালোকক সমকালীন লোকসকলৰ ওপৰত নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰধান্য দিছিলো।
阿拉伯语经注:
这业中每段经文的优越:
• من أعظم الخذلان أن يأمر الإنسان غيره بالبر، وينسى نفسه.
ডাঙৰ ব্যৰ্থতা এইটো যে, মানুহে আনক সত্কৰ্মৰ আদেশ দিয়ে আৰু নিজকে পাহৰি যায়।

• الصبر والصلاة من أعظم ما يعين العبد في شؤونه كلها.
ধৈৰ্য আৰু ছালাতে বান্দাৰ সকলো কৰ্মতে বৰ সহায় কৰে।

• في يوم القيامة لا يَدْفَعُ العذابَ عن المرء الشفعاءُ ولا الفداءُ، ولا ينفعه إلا عمله الصالح.
ক্বিয়ামতৰ দিনা মানুহে মধ্যস্ততাকাৰী আৰু মুক্তিপণৰ দ্বাৰা শাস্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে, আৰু সত্কৰ্মৰ বাহিৰে আন একোৱেই উপকৃত কৰিব নোৱাৰে।

 
含义的翻译 段: (47) 章: 拜格勒
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭