《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
30 : 21

اَوَلَمْ یَرَ الَّذِیْنَ كَفَرُوْۤا اَنَّ السَّمٰوٰتِ وَالْاَرْضَ كَانَتَا رَتْقًا فَفَتَقْنٰهُمَا ؕ— وَجَعَلْنَا مِنَ الْمَآءِ كُلَّ شَیْءٍ حَیٍّ ؕ— اَفَلَا یُؤْمِنُوْنَ ۟

আল্লাহক অস্বীকাৰকাৰী লোকসকলে নাজানে নেকি যে, আকাশমণ্ডল আৰু পৃথিৱী এটা সময়ত মিলিত আছিল, বৰষুণ পৰিবলৈ উভয়ৰ মাজত কোনো খালী ঠাই নাছিল। ইয়াৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ। তথা আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ পানীৰে সকলো প্ৰকাৰৰ জীৱ-জন্তু আৰু গছ-গছনি উৎপন্ন কৰিলোঁ। সিহঁতে এইবোৰৰ পৰা কিয় শিক্ষা নলয়, তথা এক আল্লাহৰ প্ৰতি ঈমান কিয় পোষণ নকৰে?! info
التفاسير:
这业中每段经文的优越:
• تنزيه الله عن الولد.
আল্লাহ সন্তানাদি গ্ৰহণৰ পৰা পৱিত্ৰ। info

• منزلة الملائكة عند الله أنهم عباد خلقهم لطاعته، لا يوصفون بالذكورة ولا الأنوثة، بل عباد مكرمون.
আল্লাহৰ ওচৰত ফিৰিস্তাসকলৰ মৰ্যাদা হৈছে এই যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নিজৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে। তেওঁলোকক নৰ অথবা নাৰী বুলি কোৱা অনুচিত। বৰং তেওঁলোক হৈছে আল্লাহৰ সন্মানিত বান্দা। info

• خُلِقت السماوات والأرض وفق سُنَّة التدرج، فقد خُلِقتا مُلْتزِقتين، ثم فُصِل بينهما.
আকাশমণ্ডল আৰু পৃথিৱীক আল্লাহে তেওঁৰ সাধাৰণ নিয়মানুযায়ী অৰ্থাৎ লাহে ধীৰে সৃষ্টি কৰিছে। এতেকে প্ৰথমে উভয়ক মিলিত অৱস্থাত সৃষ্টি কৰিছে, তাৰ পিছত পৃথক কৰি দিছে। info

• الابتلاء كما يكون بالشر يكون بالخير.
পৰখ তথা পৰীক্ষা বিপদ-আপদৰ লগতে কল্যাণৰ দ্বাৰাও কৰা হয়। info