Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (2) 章: 奈姆里
هُدًی وَّبُشْرٰی لِلْمُؤْمِنِیْنَ ۟ۙ
এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰদৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সুসংবাদবাহক।
阿拉伯语经注:
这业中每段经文的优越:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক।

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা।

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।

 
含义的翻译 段: (2) 章: 奈姆里
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭