《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (20) 章: 奈姆里
وَتَفَقَّدَ الطَّیْرَ فَقَالَ مَا لِیَ لَاۤ اَرَی الْهُدْهُدَ ۖؗ— اَمْ كَانَ مِنَ الْغَآىِٕبِیْنَ ۟
ইয়াৰ পিছত ছুলাইমান আলাইহিচ্ছালামে চৰাইবোৰক নিৰীক্ষণ কৰিলে, কিন্তু তাত হুদহুদ চৰাইক দেখা নাপালে। সেয়ে তেওঁ ক’লেঃ কি হ’ল, হুদহুদক দেখা নাই যে? কিবা অসুবিধাৰ কাৰণে মই তাক দেখা পোৱা নাই নেকি? নে সি আজি অনুপস্থিত?
阿拉伯语经注:
这业中每段经文的优越:
• التبسم ضحك أهل الوقار.
মিচিকিয়া হাঁহি হৈছে মৰ্যাদাৱান লোকৰ হাঁহি।

• شكر النعم أدب الأنبياء والصالحين مع ربهم.
নিয়ামতৰ বাবে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নবী আৰু সৎকৰ্মশীল লোকসকলৰ বৈশিষ্ট্য।

• الاعتذار عن أهل الصلاح بظهر الغيب.
সৎকৰ্মশীল লোকৰ অনুপস্থিতিক ক্ষমা কৰা উচিত।

• سياسة الرعية بإيقاع العقاب على من يستحقه، وقبول عذر أصحاب الأعذار.
জনসাধাৰণৰ মাজত শাসন ব্যৱস্থা বজায় ৰাখিবলৈ, অপৰাধীক শাস্তি দিয়া আৰু উপযুক্ত কাৰণত নিয়ম উলঙ্ঘা কৰা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত।

• قد يوجد من العلم عند الأصاغر ما لا يوجد عند الأكابر.
কেতিয়াবা কেতিয়াবা জ্ঞানৰ কিছুমান কথা সৰু মানুহৰ ওচৰতো পোৱা যায়, যিবোৰ ডাঙৰ মানুহৰ ওচৰত নাথাকে।

 
含义的翻译 段: (20) 章: 奈姆里
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭