《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
78 : 27

اِنَّ رَبَّكَ یَقْضِیْ بَیْنَهُمْ بِحُكْمِهٖ ۚ— وَهُوَ الْعَزِیْزُ الْعَلِیْمُ ۟ۚ

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা মুমিন আৰু কাফিৰ, সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। এতেকে তেওঁ মুমিনসকলৰ প্ৰতি দয়া কৰিব আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰিব। তেওঁ মহা পৰাক্ৰমশালী, তেওঁ নিজ শত্ৰুৰ পৰা প্ৰতিশোধ লয়। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৰ্বজ্ঞ, সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো তেওঁৰ বাবে একো জটিল নহয়। info
التفاسير:
这业中每段经文的优越:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• تزكية النبي صلى الله عليه وسلم بأنه على الحق الواضح.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে এই স্পষ্টীকৰণ যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• دلالة النوم على الموت، والاستيقاظ على البعث.
টোপনিয়ে মৃত্যুক প্ৰমাণ কৰে, আৰু টোপনিৰ পৰা সাৰ পোৱাটোৱে পুনৰুত্থানক প্ৰমাণ কৰে। info