《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
36 : 29

وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ۙ— فَقَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ وَارْجُوا الْیَوْمَ الْاٰخِرَ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟

মাদিয়ানলৈ আমি সিহঁতৰ বংশগত ভাই শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে এক আল্লাহৰ ইবাদত কৰাঁ। লগতে তেওঁৰ ইবাদত কৰি শেষ দিৱসৰ দিনা উত্তম প্ৰতিদান আশা পোষণ কৰাঁ। আৰু তোমালোকে গুনাহৰ কাম কৰি অথবা ইয়াক প্ৰচাৰ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা। info
التفاسير:
这业中每段经文的优越:
• قوله تعالى:﴿ وَقَد تَّبَيَّنَ..﴾ تدل على معرفة العرب بمساكنهم وأخبارهم.
আল্লাহ তাআলাৰ এই বাণী (وَقَد تَّبَيَّنَ)ৰ দ্বাৰা প্ৰমাণিত হয় যে, আৰবীয়ানসকলে সিহঁতৰ ধ্বংসাৱশেষ ঘৰ-দুৱাৰ আৰু জনবসতিহীন অঞ্চল সম্পৰ্কে অৱগত আছিল। info

• العلائق البشرية لا تنفع إلا مع الإيمان.
ঈমান অবিহনে আত্মীয়তাৰ সম্পৰ্কই কোনো উপকাৰ সাধন কৰিব নোৱাৰে। info

• الحرص على أمن الضيوف وسلامتهم من الاعتداء عليهم.
অতিথিসকলৰ নিৰাপত্তা আৰু তেওঁলোকৰ শত্ৰুৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ আগ্ৰহ থকা বাঞ্চনীয়। info

• منازل المُهْلَكين بالعذاب عبرة للمعتبرين.
শাস্তিৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত হোৱা গৃহবোৰ, উপদেশ গ্ৰহণ কৰা লোকসকলৰ বাবে এটা উপদেশ। info

• العلم بالحق لا ينفع مع اتباع الهوى وإيثاره على الهدى.
সত্যৰ জ্ঞান অৰ্জন কৰাৰ পিছতো প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ ওপৰত প্ৰাধান্য দিলে, সেই জ্ঞানে একো উপকাৰ সাধন নকৰে। info