Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (2) 章: 艾菲拉
تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْعَلِیْمِ ۟ۙ
পৱিত্ৰ কোৰআন মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ।
阿拉伯语经注:
这业中每段经文的优越:
• الجمع بين الترغيب في رحمة الله، والترهيب من شدة عقابه: مسلك حسن.
আল্লাহৰ ৰহমত কামনা কৰা আৰু তেওঁৰ শাস্তিক ভয় কৰা, এই দুয়োটা বস্তু সমান্তৰালভাৱে থকাটো হৈছে উত্তম পন্থা।

• الثناء على الله بتوحيده والتسبيح بحمده أدب من آداب الدعاء.
আল্লাহৰ তাওহীদ স্বীকাৰ কৰি তেওঁৰ গুণগান কৰা, আৰু প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা, এইটো হৈছে দুআ কৰাৰ এটা অন্যতম পদ্ধতি।

• كرامة المؤمن عند الله؛ حيث سخر له الملائكة يستغفرون له.
আল্লাহৰ ওচৰত মুমিনসকলৰ বিশেষ মৰ্যাদা আছে, সেইকাৰণেই আল্লাহে মুমিনসকলৰ বাবে ফিৰিস্তা নিয়োজিত কৰি ৰাখিছে, যিসকলে মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে।

 
含义的翻译 段: (2) 章: 艾菲拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭