Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (21) 章: 玛仪戴
یٰقَوْمِ ادْخُلُوا الْاَرْضَ الْمُقَدَّسَةَ الَّتِیْ كَتَبَ اللّٰهُ لَكُمْ وَلَا تَرْتَدُّوْا عَلٰۤی اَدْبَارِكُمْ فَتَنْقَلِبُوْا خٰسِرِیْنَ ۟
মুছা আলাইহিছ ছালামে কৈছিলঃ হে মোৰ জাতি ভাইসকল! সেই পৱিত্ৰ ভূমিত (বাইতুল মাকদিছ তথা ইয়াৰ চাৰিওফালে থকা অঞ্চলত) প্ৰৱেশ কৰা, যত প্ৰৱেশ কৰাৰ আৰু তাত থকা কাফিৰসকলৰ লগত যুদ্ধ কৰাৰ বাবে আল্লাহে তোমালোকৰ পৰা অঙ্গীকাৰ লৈছে, আৰু দাম্ভিকসকলৰ সন্মুখত হাৰ নামানিবা, অন্যথা পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
阿拉伯语经注:
这业中每段经文的优越:
• تعذيب الله تعالى لكفرة بني إسرائيل بالمسخ وغيره يوجب إبطال دعواهم في كونهم أبناء الله وأحباءه.
বনী ইছৰাঈলৰ কাফিৰসকলৰ ওপৰত মুখমণ্ডল বিকৃত কৰা শাস্তিয়ে সিহঁতে কৰা এই যিটো দাবী যে, সিহঁত আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ, সেইটোক খণ্ডন কৰে।

• التوكل على الله تعالى والثقة به سبب لاستنزال النصر.
আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁৰ সহায় পোৱা যায়।

• جاءت الآيات لتحذر من الأخلاق الرديئة التي كانت عند بني إسرائيل.
এইবোৰে আয়াতে সেইসমূহ বেয়া চৰিত্ৰৰ পৰা সাৱধান কৰিছে, যিবোৰ বনী ইছৰাঈলৰ মাজত আছিল।

• الخوف من الله سبب لنزول النعم على العبد، ومن أعظمها نعمة طاعته سبحانه.
আল্লাহক ভয় কৰাৰ ফলত বান্দাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ হয়। আৰু আটাইতকৈ ডাঙৰ অনুগ্ৰহটো হৈছে আল্লাহৰ আনুগত্য কৰাৰ তাওফীক প্ৰাপ্ত হোৱা।

 
含义的翻译 段: (21) 章: 玛仪戴
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭