《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

আল-জ্বিন

每章的意义:
إبطال دين المشركين، ببيان حال الجنّ وإيمانهم بعد سماع القرآن.
জিনসকলৰ অৱস্থা বৰ্ণনা কৰি মুশ্বৰিকসকলৰ ধৰ্মক খণ্ডন কৰিছে, কাৰণ তেওঁলোকে কোৰআন শুনাৰ লগে লগে ঈমান আনিছিল। info

external-link copy
1 : 72

قُلْ اُوْحِیَ اِلَیَّ اَنَّهُ اسْتَمَعَ نَفَرٌ مِّنَ الْجِنِّ فَقَالُوْۤا اِنَّا سَمِعْنَا قُرْاٰنًا عَجَبًا ۟ۙ

হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছো যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য। info
التفاسير:
这业中每段经文的优越:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে। info

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি। info

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে। info

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়। info