የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (10) ምዕራፍ: ሱረቱ ሁድ
وَلَىِٕنْ اَذَقْنٰهُ نَعْمَآءَ بَعْدَ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ ذَهَبَ السَّیِّاٰتُ عَنِّیْ ؕ— اِنَّهٗ لَفَرِحٌ فَخُوْرٌ ۟ۙ
আনহাতে যদি আমি তাক দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ পিছত সুস্বাস্থ্য আৰু ধন-সম্পত্তিৰ সোৱাদ উপভোগ কৰাওঁ, তেন্তে সি অৱশ্যে ক'বঃ মই অনিষ্টতাৰ পৰা পৰিত্ৰাণ পাইছো আৰু কষ্টৰ অন্ত পৰিছে। কিন্তু সি আল্লাহৰ কৃতজ্ঞতা আদায় নকৰে। ফলত সি আনন্দত মতলীয়া হৈ পৰে, আৰু আল্লাহৰ নিয়ামত পাই মানুহৰ আগত অহংকাৰ কৰি ফুৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سعة علم الله تعالى وتكفله بأرزاق مخلوقاته من إنسان وحيوان وغيرهما.
আল্লাহৰ জ্ঞানৰ ব্যাপকতা, আৰু সকলো সৃষ্টিৰ জীৱিকাৰ দায়িত্ব গ্ৰহণ, সেয়া মানুহেই হওঁক অথবা জীৱ-জন্তু।

• بيان علة الخلق؛ وهي اختبار العباد بامتثال أوامر الله واجتناب نواهيه.
সৃষ্টিজগত সৃষ্টি কৰাৰ উদ্দেশ্য। সেয়া হৈছেঃ আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত বান্দাসকলক পৰীক্ষা কৰা।

• لا ينبغي الاغترار بإمهال الله تعالى لأهل معصيته، فإنه قد يأخذهم فجأة وهم لا يشعرون.
আল্লাহে দিয়া অৱকাশক গুনাহগাৰ বান্দাসকলে অৱহেলা কৰা উচিত নহয়। কাৰণ তেওঁ কেতিয়াবা আকস্মিক গ্ৰেপ্তাৰ কৰে, ফলত মানুহে উপলব্ধিও কৰিব নোৱাৰে।

• بيان حال الإنسان في حالتي السعة والشدة، ومدح موقف المؤمن المتمثل في الصبر والشكر.
দুখ-কষ্ট আৰু সুখ-শান্তি উভয় পৰিস্থিতিত মানুহৰ অৱস্থাৰ বৰ্ণনা, তথা ধৈৰ্য আৰু কৃতজ্ঞতাৰ পথ অৱলম্বন কৰা মুমিনসকলৰ প্ৰশংসা।

 
የይዘት ትርጉም አንቀጽ: (10) ምዕራፍ: ሱረቱ ሁድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት