የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 11

اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— اِنَّنِیْ لَكُمْ مِّنْهُ نَذِیْرٌ وَّبَشِیْرٌ ۟ۙ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই আয়াতসমূহৰ বিষয়বস্তু হৈছেঃ আল্লাহৰ লগত বান্দাসকলে যাতে আন কাৰো উপাসনা নকৰে সেই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰা। হে মানৱজাতি! যদি তোমালোকে আল্লাহৰ লগত কুফুৰী কৰা তথা তেওঁৰ অবাধ্যতা কৰা তেন্তে শুনা! নিশ্চয় মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। লগতে মই তোমালোকক তেওঁৰ ছোৱাবৰ সুসংবাদ দিওঁ, যদি তোমালোকে ঈমান পোষণ কৰা আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إن الخير والشر والنفع والضر بيد الله دون ما سواه.
নিশ্চয় কল্যাণ, অকল্যাণ তথা উপকাৰ আৰু অপকাৰ এই সকলোবোৰৰ অধিকাৰ কেৱল আল্লাহৰ হাতত, এই ক্ষেত্ৰত আন কাৰো ক্ষমতা নাই। info

• وجوب اتباع الكتاب والسُّنَّة والصبر على الأذى وانتظار الفرج من الله.
কোৰআন হাদীছৰ অনুসৰণ কৰা, দুখ-কষ্টত ধৈৰ্য ধাৰণ কৰা তথা আল্লাহৰ ফালৰ পৰা প্ৰশস্ততা লাভৰ অপেক্ষা কৰা অনিবাৰ্য। info

• آيات القرآن محكمة لا يوجد فيها خلل ولا باطل، وقد فُصِّلت الأحكام فيها تفصيلًا تامَّا.
কোৰআনৰ আয়াতসমূহ সুদৃঢ়, ইয়াত কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাই। ইয়াত থকা বিধি-বিধানসমূহ বিশদভাৱে বিৰ্ণিত। info

• وجوب المسارعة إلى التوبة والندم على الذنوب لنيل المطلوب والنجاة من المرهوب.
ভয়াৱহ আৰু অপ্ৰিয় বস্তুৰ পৰা মুক্তি লাভৰ বাবে, লগতে উদ্দেশ্যত উপনীত হোৱাৰ বাবে পাপ কৰ্মত অনুতপ্ত হৈ তাওবা কৰিবলৈ খৰধৰ কৰা উচিত। info