የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (176) ምዕራፍ: ሱረቱ አል-በቀራህ
ذٰلِكَ بِاَنَّ اللّٰهَ نَزَّلَ الْكِتٰبَ بِالْحَقِّ ؕ— وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِی الْكِتٰبِ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟۠
জ্ঞান তথা হিদায়ত গোপন কৰাৰ এই শাস্তি এই কাৰণেই যে, আল্লাহে তেওঁৰ পুথি সত্য সহকাৰে অৱতীৰ্ণ কৰিছিল আৰু ইয়াৰ দাবী আছিল, ইয়াক গোপন কৰাৰ পৰিবৰ্তে স্পষ্টভাৱে প্ৰকাশ কৰা। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল। যিসকলে ঐশী পুথিসমূহক লৈ মতানৈক্য কৰিছে, ইয়াৰ কিছু অংশক মানিছে আৰু কিছু অংশক গোপন কৰিছে; দৰাচলতে সিহঁতে সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أكثر ضلال الخلق بسبب تعطيل العقل، ومتابعة من سبقهم في ضلالهم، وتقليدهم بغير وعي.
অধিকাংশ মানুহ পথভ্ৰষ্ট হোৱাৰ কাৰণ হৈছে নিজৰ বিবেক ব্যৱহাৰ নকৰা আৰু চিন্তা-চৰ্চা নকৰাকৈ পূৰ্বপুৰুষসকলৰ ভ্ৰষ্টতাৰ অনুসৰণ কৰা।

• عدم انتفاع المرء بما وهبه الله من نعمة العقل والسمع والبصر، يجعله مثل من فقد هذه النعم.
আল্লাহে প্ৰদান কৰা বোধশক্তি, শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিৰ দ্বাৰা মানুহে উপকৃত নোহোৱাৰ বাবে, তাক এইবোৰ অনুগ্ৰহৰ পৰা বঞ্চিত ব্যক্তিৰ দৰে বনাই দিয়ে।

• من أشد الناس عقوبة يوم القيامة من يكتم العلم الذي أنزله الله، والهدى الذي جاءت به رسله تعالى.
ক্বিয়ামতৰ দিনা আটাইতকৈ শাস্তি প্ৰাপ্তসকলৰ ভিতৰত সেই ব্যক্তিও থাকিব, যিয়ে আল্লাহে প্ৰদান কৰা জ্ঞান আৰু তেওঁৰ ৰাছুলে লৈ অহা হিদায়ত গোপন কৰে।

• من نعمة الله تعالى على عباده المؤمنين أن جعل المحرمات قليلة محدودة، وأما المباحات فكثيرة غير محدودة.
মুমিন বান্দাৰ প্ৰতি আল্লাহৰ অসংখ্য অনুগ্ৰহৰ ভিতৰত এইটোও এটা যে, তেওঁ হাৰাম বস্তুৰ সংখ্যা কম আৰু হালাল বস্তুৰ সংখ্যা অধিক তথা অগণন কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (176) ምዕራፍ: ሱረቱ አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት