Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አል-ሙዕሚኑን
یٰۤاَیُّهَا الرُّسُلُ كُلُوْا مِنَ الطَّیِّبٰتِ وَاعْمَلُوْا صَالِحًا ؕ— اِنِّیْ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟ؕ
হে ৰাছুল! মই আপোনালোকৰ বাবে যিবোৰ পৱিত্ৰ বস্তু হালাল কৰিছোঁ সেইবোৰ ভক্ষণ কৰক। তথা চৰীয়ত মুতাবিক সৎকৰ্ম কৰক। আপোনালোকে কৰা সকলো কৰ্ম সম্পৰ্কে মই নিশ্চিতভাৱে অৱগত। আপোনালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে।

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে।

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল।

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়।

 
የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አል-ሙዕሚኑን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት