የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
55 : 23

اَیَحْسَبُوْنَ اَنَّمَا نُمِدُّهُمْ بِهٖ مِنْ مَّالٍ وَّبَنِیْنَ ۟ۙ

পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দিত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাৱে নেকি? সিহঁতে যিটো ভাৱিছে বিষয়টো তেনেকুৱা নহয়। বৰং আমি সিহঁতক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁতে এইটো উপলব্ধি কৰা নাই। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info