የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
88 : 23

قُلْ مَنْ بِیَدِهٖ مَلَكُوْتُ كُلِّ شَیْءٍ وَّهُوَ یُجِیْرُ وَلَا یُجَارُ عَلَیْهِ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

আপুনি সিহঁতক সোধক, প্ৰত্যেক বস্তু কাৰ অধীনস্থ, যাৰ অধীনৰ বাহিৰত একোৱেই নাই। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সহায় কৰে। কিন্তু তেওঁ যাক ক্ষতি কৰিব বিচাৰে তাক কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু তেওঁৰ শাস্তিক প্ৰতিৰোধ কৰিব নোৱাৰে? যদি তোমালোকৰ ওচৰত জ্ঞান আছে তেন্তে কোৱা। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عدم اعتبار الكفار بالنعم أو النقم التي تقع عليهم دليل على فساد فطرهم.
কাফিৰসকলে নিয়ামত আৰু শাস্তিৰ পৰা শিক্ষা নোলোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, সিহঁতৰ স্বভাৱ বিকৃত হৈছে। info

• كفران النعم صفة من صفات الكفار.
নিয়ামতৰ কৃতজ্ঞতা নকৰাটো হৈছে কাফিৰসকলৰ বিশেষণ। info

• التمسك بالتقليد الأعمى يمنع من الوصول للحق.
অন্ধানুকৰণে সত্যত উপনীত হ'বলৈ বাধা হৈ থিয় দিয়ে। info

• الإقرار بالربوبية ما لم يصحبه إقرار بالألوهية لا ينجي صاحبه.
আল্লাহৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে একমাত্ৰ আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰিব। info