Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (29) ምዕራፍ: አልን ኑር
لَیْسَ عَلَیْكُمْ جُنَاحٌ اَنْ تَدْخُلُوْا بُیُوْتًا غَیْرَ مَسْكُوْنَةٍ فِیْهَا مَتَاعٌ لَّكُمْ ؕ— وَاللّٰهُ یَعْلَمُ مَا تُبْدُوْنَ وَمَا تَكْتُمُوْنَ ۟
সাৰ্বজনিক ঘৰত বিনা অনুমতিত প্ৰৱেশ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, এনেকুৱা ঘৰ যিটো কাৰো বাবে বিশেষ নহয়। যেনেঃ পুথিভঁৰাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। তোমালোকে যিবোৰ কৰ্ম আৰু পৰিস্থিতি গোপন কৰা তথা প্ৰকাশ কৰা, সেইবোৰৰ বিষয়ে আল্লাহে ভালদৰেই অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়, তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز دخول المباني العامة دون استئذان.
সাৰ্বজনিক ভৱনত অনুমতি নোহোৱাকৈ প্ৰৱেশ কৰা বৈধ।

• وجوب غض البصر على الرجال والنساء عما لا يحلّ لهم.
পুৰুষ তথা নাৰী সকলোৱে এনেকুৱা বস্তুৰ পৰা দৃষ্টি সংযত ৰখা অনিবাৰ্য, যিবোৰ দেখা তেওঁলোকৰ বাবে হালাল নহয়।

• وجوب الحجاب على المرأة.
নাৰীৰ বাবে পৰ্দা অনিবাৰ্য।

• منع استخدام وسائل الإثارة.
কামনা-বাসনাক উত্তেজিত কৰা মাধ্যমসমূহ অৱলম্বন কৰা নিষিদ্ধ।

 
የይዘት ትርጉም አንቀጽ: (29) ምዕራፍ: አልን ኑር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት