የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (44) ምዕራፍ: ሱረቱ አልን ኑር
یُقَلِّبُ اللّٰهُ الَّیْلَ وَالنَّهَارَ ؕ— اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّاُولِی الْاَبْصَارِ ۟
আল্লাহেই দিন ৰাতিৰ আৱৰ্তন ঘটায় আৰু ইয়াক সৰু-ডাঙৰ কৰে। নিশ্চয় আল্লাহৰ প্ৰভূত্ব প্ৰমাণ কৰা এই নিদৰ্শনবোৰৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা তথা পাঠ, যিসকলে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ব সম্পৰ্কে জ্ঞান ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تنوّع المخلوقات دليل على قدرة الله.
সৃষ্টিসকলৰ ভিন্নতাই আল্লাহৰ ক্ষমতাৰ প্ৰমাণবহন কৰে।

• من صفات المنافقين الإعراض عن حكم الله إلا إن كان الحكم في صالحهم، ومن صفاتهم مرض القلب والشك، وسوء الظن بالله.
মুনাফিকৰ চিহ্ন হৈছে সিহঁতে আল্লাহৰ আদেশৰ পৰা আঁতৰি ফুৰে। কিন্তু যদি সেই আদেশ সিহঁতৰ সপক্ষে হয় তেন্তে স্বাচ্ছন্দ্যে গ্ৰহণ কৰে। এইদৰে অন্তৰৰ ব্যাধি, সন্দেহ আৰু আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাও সিহঁতৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত।

• طاعة الله ورسوله والخوف من الله من أسباب الفوز في الدارين.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য তথা আল্লাহৰ ভয়, এইবোৰ হৈছে পৃথিৱী আৰু আখিৰাতত সফল হোৱাৰ চাবিকাঠি।

• الحلف على الكذب سلوك معروف عند المنافقين.
মিছা শপত খোৱাটো হৈছে মুনাফিকসকলৰ সুপৰিচিত চৰিত্ৰ।

 
የይዘት ትርጉም አንቀጽ: (44) ምዕራፍ: ሱረቱ አልን ኑር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት