የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
52 : 28

اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ مِنْ قَبْلِهٖ هُمْ بِهٖ یُؤْمِنُوْنَ ۟

কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বে যিসকলে তাওৰাতৰ ওপৰত দৃঢ়ভাৱে ঈমান পোষণ কৰিছিল, সেইসকল লোকেই কোৰআনৰ ওপৰত ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত কোৰআন সম্পৰ্কে সুসংবাদ তথা ইয়াৰ প্ৰশংসা পঢ়িবলৈ পাইছিল। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• فضل من آمن من أهل الكتاب بالنبي محمد صلى الله عليه وسلم، وأن له أجرين.
আহলে কিতাবসকলৰ মাজৰ যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান আনিছে তেওঁলোকৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, তেওঁলোকে দ্বিগুণ ছোৱাবৰ অধিকাৰী হ'ব। info

• هداية التوفيق بيد الله لا بيد غيره من الرسل وغيرهم.
হিদায়তৰ তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে কোনো ৰাছুলৰ হাতত নাই। info

• اتباع الحق وسيلة للأمن لا مَبْعث على الخوف كما يدعي المشركون.
সত্যৰ অনুসৰণ কেতিয়াও ভয়ৰ কাৰণ হ'ব নোৱাৰে। যিদৰে মুশ্বৰিকসকলে দাবী কৰে। বৰং এইটো হৈছে শান্তি আৰু নিৰাপত্তা লাভ কৰাৰ উপায়। info

• خطر الترف على الفرد والمجتمع.
ভোগ-বিলাস আদি ব্যক্তি তথা সমাজ উভয়ৰ বাবেই ক্ষতিকাৰক। info

• من رحمة الله أنه لا يهلك الناس إلا بعد الإعذار إليهم بإرسال الرسل.
এইটো আল্লাহৰ এটা মহান কৃপা যে, তেওঁ মানুহৰ ওচৰত ৰাছুল প্ৰেৰণ কৰি অভিযোগ উত্থাপনৰ দুৱাৰ বন্ধ নকৰাকৈ কেতিয়াও সিহঁতক ধ্বংস নকৰে। info