የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (63) ምዕራፍ: ሱረቱ አል ዐንከቡት
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ نَّزَّلَ مِنَ السَّمَآءِ مَآءً فَاَحْیَا بِهِ الْاَرْضَ مِنْ بَعْدِ مَوْتِهَا لَیَقُوْلُنَّ اللّٰهُ ؕ— قُلِ الْحَمْدُ لِلّٰهِ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟۠
হে ৰাছুল! আপুনি যদি মুশ্বৰিকসকলক সোধে যে, আকাশৰ পৰা পানী কোনে বৰষায়, যাৰ ফলত মৃত ভূমিত উদ্ভিদ উৎপন্ন হয়? তেতিয়া সিহঁতে নিশ্চয় ক’বঃ আল্লাহেই আকাশৰ পৰা পানী বৰষায় আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। হে ৰাছুল! আপুনি কওক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে তোমালোকৰ ওপৰত প্ৰমাণ প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃততে সিহঁতৰ মাজৰ অধিকাংশ লোকেই বুজি নাপায়। যদি সিহঁতে বুজিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ সৈতে এনেকুৱা মূৰ্ত্তিবোৰক অংশীদাৰ নকৰিলেহেঁতেন, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• استعجال الكافر بالعذاب دليل على حمقه.
শাস্তিৰ বাবে খৰখেদা কৰাটো কাফিৰসকলৰ মুৰ্খতাৰ পৰিচয়।

• باب الهجرة من أجل سلامة الدين مفتوح.
দ্বীন ৰক্ষা কৰিবলৈ হিজৰতৰ দুৱাৰ সদায় উন্মুক্ত।

• فضل الصبر والتوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।

• الإقرار بالربوبية دون الإقرار بالألوهية لا يحقق لصاحبه النجاة والإيمان.
আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰাকৈ, কেৱল তেওঁৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই কেতিয়াও মানুহ মুমিন হ’ব নোৱাৰে আৰু ইয়াৰ ফলত মুক্তি লাভ কৰাও সম্ভৱ নহয়।

 
የይዘት ትርጉም አንቀጽ: (63) ምዕራፍ: ሱረቱ አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት