የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (136) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
اُولٰٓىِٕكَ جَزَآؤُهُمْ مَّغْفِرَةٌ مِّنْ رَّبِّهِمْ وَجَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— وَنِعْمَ اَجْرُ الْعٰمِلِیْنَ ۟ؕ
এইবোৰ ভাল বৈশিষ্ট্য আৰু উত্তম অভ্যাসৰ অধিকাৰী ব্যক্তিসকলৰ প্ৰতিদান এই যে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ গোপন কৰিব আৰু তেওঁলোকক ক্ষমা কৰি দিব। তেওঁলোকৰ বাবে আখিৰাতত থাকিব এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলেদি নিজৰা প্ৰবাহিত হব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। আল্লাহৰ আনুগত্যকাৰী সকলৰ বাবে এইটো কিমান যে উত্তম প্ৰতিদান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الترغيب في المسارعة إلى عمل الصالحات اغتنامًا للأوقات، ومبادرة للطاعات قبل فواتها.
সময়ৰ সদ্ব্যৱহাৰ কৰি সত্কৰ্মৰ পিনে ততাতৈয়া কৰা তথা সময় শেষ হোৱাৰ পূৰ্বে নেক কামত অগ্ৰসৰ হোৱাৰ প্ৰেৰণা।

• من صفات المتقين التي يستحقون بها دخول الجنة: الإنفاق في كل حال، وكظم الغيظ، والعفو عن الناس، والإحسان إلى الخلق.
মুত্তাক্বীসকলৰ কেইটামান বৈশিষ্ট্য, যিবোৰৰ কাৰণে তেওঁলোক জান্নাতত প্ৰৱেশ কৰাৰ হকদাৰ, সেয়া হৈছেঃ সকলো অৱস্থাতে ব্যয় কৰা, ক্ৰোধ দমন কৰা, মানুহক ক্ষমা কৰি দিয়া আৰু সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰা।

• النظر في أحوال الأمم السابقة من أعظم ما يورث العبرة والعظة لمن كان له قلب يعقل به.
পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ অৱস্থা সম্পৰ্কে অধ্যয়ন কৰাটো বিবেকৱান লোকৰ বাবে অত্যাধিক শিক্ষাপ্ৰদ।

 
የይዘት ትርጉም አንቀጽ: (136) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት