የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
142 : 3

اَمْ حَسِبْتُمْ اَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَیَعْلَمَ الصّٰبِرِیْنَ ۟

হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, কোনো পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে এনেই জান্নাতত প্ৰৱেশ কৰিবা, আল্লাহৰ পথত আন্তৰিকতাৰে জিহাদকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ আৰু এই পথত অহা বিপদত ধৈৰ্য ধাৰণকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ? info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الابتلاء سُنَّة إلهية يتميز بها المجاهدون الصادقون الصابرون من غيرهم.
পৰীক্ষা লোৱাটো আল্লাহৰ সাধাৰণ নিয়ম, যাৰ জৰিয়তে সত্যবাদী আৰু ধৈৰ্যশীল মুজাহিদসকলৰ পৰিচয় পোৱা যায়। info

• يجب ألا يرتبط الجهاد في سبيل الله والدعوة إليه بأحد من البشر مهما علا قدره ومقامه.
আল্লাহৰ পথত কৰা যুদ্ধ তথা তেওঁৰ পিনে আহ্বান কৰা কাৰ্যক কোনো এজন ব্যক্তিৰ লগত সম্পৃক্ত কৰা ঠিক নহয়, তাৰ মৰ্যদা আৰু সন্মান যিমানেই উচ্চ নহওঁক কিয়। info

• أعمار الناس وآجالهم ثابتة عند الله تعالى، لا يزيدها الحرص على الحياة، ولا ينقصها الإقدام والشجاعة.
মানুহৰ আয়ু তথা মৃত্যুৰ সময় আল্লাহৰ ওচৰত নিৰ্ধাৰিত। মানুহৰ জীয়াই থকাৰ আকাংক্ষাই তাৰ আয়ু বৃদ্ধি কৰিব নোৱাৰে আৰু ক্ষমতাৰ বলতো ইয়াক হ্ৰাস কৰিব নোৱাৰে। info

• تختلف مقاصد الناس ونياتهم، فمنهم من يريد ثواب الله، ومنهم من يريد الدنيا، وكلٌّ سيُجازَى على نيَّته وعمله.
মানুহৰ উদ্দেশ্যে আৰু সংকল্প ভিন ভিন। কোনোবাই আল্লাহৰ প্ৰতিফল বিচাৰে আকৌ আন কোনোবাই বিচাৰে পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰী। এতেকে প্ৰত্যেককে তাৰ কৰ্ম আৰু নিয়্যত অনুযায়ী প্ৰতিদান দিয়া হ’ব। info