የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (14) ምዕራፍ: ሱረቱ አል አሕዛብ
وَلَوْ دُخِلَتْ عَلَیْهِمْ مِّنْ اَقْطَارِهَا ثُمَّ سُىِٕلُوا الْفِتْنَةَ لَاٰتَوْهَا وَمَا تَلَبَّثُوْا بِهَاۤ اِلَّا یَسِیْرًا ۟
শত্ৰুসকলে মদীনাৰ চাৰিওফালৰ পৰা আহি যদি সিহঁতৰ ওপৰত আক্ৰমণ কৰিলেহেঁতেন, তথা সিহঁতক যদি কুফৰ আৰু শ্বিৰ্কলৈ উভতি যোৱাৰ প্ৰস্তাৱ দিলেহেঁতেন তেন্তে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ প্ৰস্তাৱ মানি ল’লেহেঁতেন। সিহঁতে ইছলামৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত আৰু কুফৰীৰ পিনে উভতি যোৱাৰ ক্ষেত্ৰত অলপো সংকোচবোধ নকৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ।

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে।

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে।

 
የይዘት ትርጉም አንቀጽ: (14) ምዕራፍ: ሱረቱ አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት