Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (38) ምዕራፍ: አል አሕዛብ
مَا كَانَ عَلَی النَّبِیِّ مِنْ حَرَجٍ فِیْمَا فَرَضَ اللّٰهُ لَهٗ ؕ— سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ؕ— وَكَانَ اَمْرُ اللّٰهِ قَدَرًا مَّقْدُوْرَا ۟ؗۙ
আল্লাহে বৈধ কৰা যিকোনো বিষয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অৱলম্বন কৰাটো তেওঁৰ পক্ষে গুনাহ তথা সংকীৰ্ণতাৰ বিষয় নহয়। উদাহৰণস্বৰূপে তুলনীয়া পুত্ৰৰ তালাকপ্ৰাপ্তা স্ত্ৰীক বিবাহ কৰা। এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰ নিয়ম পালন কৰিছে। এই বিষয়ত তেওঁ কোনো নতুন ৰাছুল নহয়। আল্লাহে যি বিষয়ে সিদ্ধান্ত লয়, সেইটো নিশ্চিতভাৱে কাৰ্যকৰী হয়, সেইটোক কোনেও বাধা দিব নোৱাৰে, যিদৰে তেওঁ এই বিবাহ সম্পন্ন কৰিছে আৰু তুলনীয়া সন্তানৰ পৰম্পৰা নিঃশেষ কৰিছে, এই ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই তথা তেওঁৰ বাবে কোনো বিকল্প নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب استسلام المؤمن لحكم الله والانقياد له.
আল্লাহৰ সিদ্ধান্তৰ সন্মুখত মুমিনসকলে আত্মসমৰ্পন কৰা তথা নত স্বীকাৰ কৰা অনিবাৰ্য।

• اطلاع الله على ما في النفوس.
আল্লাহ অন্তৰৰ কথা সম্পৰ্কেও অৱগত।

• من مناقب أم المؤمنين زينب بنت جحش: أنْ زوّجها الله من فوق سبع سماوات.
উম্মুল মুমিনীন জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, আল্লাহে তেওঁৰ বিবাহ সপ্তম আকাশৰ ওপৰত সম্পাদন কৰিছে।

• فضل ذكر الله، خاصة وقت الصباح والمساء.
বিশেষকৈ পুৱা-গধূলি আল্লাহক স্মৰণ কৰাৰ গুৰুত্ব।

 
የይዘት ትርጉም አንቀጽ: (38) ምዕራፍ: አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት