የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ሱረቱ አል አሕዛብ
مَا كَانَ مُحَمَّدٌ اَبَاۤ اَحَدٍ مِّنْ رِّجَالِكُمْ وَلٰكِنْ رَّسُوْلَ اللّٰهِ وَخَاتَمَ النَّبِیّٖنَ ؕ— وَكَانَ اللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمًا ۟۠
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয়। তেখেত যায়েদৰো পিতা নহয় যে, তেখেত যায়েদৰ তালাক দিয়া স্ত্ৰীক বিবাহ কৰিব নোৱাৰিব। কিন্তু তেওঁ হৈছে মানুহৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে তেওঁ হৈছে সৰ্বশেষ নবী, তেওঁৰ পিছত আন কোনো নবী নাই। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب استسلام المؤمن لحكم الله والانقياد له.
আল্লাহৰ সিদ্ধান্তৰ সন্মুখত মুমিনসকলে আত্মসমৰ্পন কৰা তথা নত স্বীকাৰ কৰা অনিবাৰ্য।

• اطلاع الله على ما في النفوس.
আল্লাহ অন্তৰৰ কথা সম্পৰ্কেও অৱগত।

• من مناقب أم المؤمنين زينب بنت جحش: أنْ زوّجها الله من فوق سبع سماوات.
উম্মুল মুমিনীন জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, আল্লাহে তেওঁৰ বিবাহ সপ্তম আকাশৰ ওপৰত সম্পাদন কৰিছে।

• فضل ذكر الله، خاصة وقت الصباح والمساء.
বিশেষকৈ পুৱা-গধূলি আল্লাহক স্মৰণ কৰাৰ গুৰুত্ব।

 
የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ሱረቱ አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት