የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (180) ምዕራፍ: ሱረቱ አስ ሷፋት
سُبْحٰنَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا یَصِفُوْنَ ۟ۚ
হে মুহাম্মদ! আপোনাৰ প্ৰতিপালক সকলো ক্ষমতাৰ অধিকাৰী, আপুনি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। তেওঁ সেই সকলো বিশেষণৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি আৰোপ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سُنَّة الله نصر المرسلين وورثتهم بالحجة والغلبة، وفي الآيات بشارة عظيمة؛ لمن اتصف بأنه من جند الله، أنه غالب منصور.
প্ৰমাণ আৰু বিজয় আদিৰ দ্বাৰা ৰাছুলসকলক সহায় কৰাটো পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা নিৰ্ধাৰিত নিয়ম। উক্ত আয়াতত সেই ব্যক্তিৰ বাবে আছে মহা সুসংবাদ, যিয়ে আল্লাহৰ সেনা হৈ কাম কৰে। তেওঁ সদায় বিজয়প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত থাকিব।

• في الآيات دليل على بيان عجز المشركين وعجز آلهتهم عن إضلال أحد، وبشارة لعباد الله المخلصين بأن الله بقدرته ينجيهم من إضلال الضالين المضلين.
উক্ত আয়াতবোৰত এই কথা প্ৰমাণিত হৈছে যে, মুশ্বৰিকসকল আৰু সিহঁতৰ উপাস্যবোৰ হৈছে বিৱশ, সিহঁতে কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে। লগতে আল্লাহৰ নিষ্ঠাৱান বান্দাসকলক এই সুসংবাদ দিয়া হৈছে যে, আল্লাহে তেওঁলোকক বিভ্ৰান্তিৰ পৰা আৰু বিভ্ৰান্তকাৰীৰ বিভ্ৰান্তিৰ পৰা সুৰক্ষিত ৰাখিব।

 
የይዘት ትርጉም አንቀጽ: (180) ምዕራፍ: ሱረቱ አስ ሷፋት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት