Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (59) ምዕራፍ: አስ ሷፋት
اِلَّا مَوْتَتَنَا الْاُوْلٰی وَمَا نَحْنُ بِمُعَذَّبِیْنَ ۟
আমাৰ মৃত্যু কেৱল এবাৰেই আছিল, যিটোৰ সোৱাদ আমি পৃথিৱীতে গ্ৰহণ কৰিছোঁ। বৰং এতিয়া আমি জান্নাতত চিৰকাল বসবাস কৰিম। আনহাতে আমি কাফিৰসকলৰ দৰে শাস্তিৰ সন্মুখীনো নহওঁ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الظفر بنعيم الجنان هو الفوز الأعظم، ولمثل هذا العطاء والفضل ينبغي أن يعمل العاملون.
জান্নাতৰ নিয়ামত লাভ কৰাটোৱে হৈছে মহাসফলতা। এনেকুৱা প্ৰতিদান আৰু সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত।

• إن طعام أهل النار هو الزقّوم ذو الثمر المرّ الكريه الطعم والرائحة، العسير البلع، المؤلم الأكل.
জাহান্নামত জাহান্নামীসকলৰ খাদ্য বস্তু হ’ব যাক্কুম গছৰ ফল। যি ফল অত্যন্ত দুৰ্গন্ধযুক্ত তথা অতি উৎকট আৰু তিতা। যিটোক গিলি পেলোৱা কঠিন আৰু ভক্ষণ কৰাও কষ্টদায়ক।

• أجاب الله تعالى دعاء نوح عليه السلام بإهلاك قومه، والله نعم المقصود المجيب.
আল্লাহে নূহ আলাইহিচ্ছালামৰ সেই দুআ কবূল কৰিছিল, যি দুআত তেওঁ নিজ সম্প্ৰদায়ক ধ্বংস কৰাৰ বিষয়ে আবেদন কৰিছিল। নিশ্চয় আল্লাহ অতি উত্তম উদ্দেশ্য সফলকাৰী তথা প্ৰাৰ্থনা স্বীকাৰকাৰী।

 
የይዘት ትርጉም አንቀጽ: (59) ምዕራፍ: አስ ሷፋት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት