Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አዝ ዙመር
فَاَصَابَهُمْ سَیِّاٰتُ مَا كَسَبُوْا ؕ— وَالَّذِیْنَ ظَلَمُوْا مِنْ هٰۤؤُلَآءِ سَیُصِیْبُهُمْ سَیِّاٰتُ مَا كَسَبُوْا ۙ— وَمَا هُمْ بِمُعْجِزِیْنَ ۟
এতেকে সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ পৰিণামে সিহঁতক আগুৰি ধৰিছিল। গতিকে গুনাহ আৰু শ্বিৰ্কৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা এই উপস্থিত লোকসকলকো পূৰ্বৱৰ্তী লোকসকলৰ দৰে ইহঁতৰ কৃতকৰ্মৰ পৰিণামে ইহঁতক আৱৰি ধৰিব। এই লোকসকলে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষাও পাব নোৱাৰে আৰু তেওঁক বিৱশ কৰিবও নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ।

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত।

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়।

 
የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አዝ ዙመር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት