Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ጋፊር
مَنْ عَمِلَ سَیِّئَةً فَلَا یُجْزٰۤی اِلَّا مِثْلَهَا ۚ— وَمَنْ عَمِلَ صَالِحًا مِّنْ ذَكَرٍ اَوْ اُ وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ یَدْخُلُوْنَ الْجَنَّةَ یُرْزَقُوْنَ فِیْهَا بِغَیْرِ حِسَابٍ ۟
যিয়ে বেয়া আমল কৰিছে, তাক সেই অনুপাতেই শাস্তি দিয়া হ'ব। তাৰ কৰ্মতকৈ অধিক শাস্তি কেতিয়াও দিয়া নহ’ব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰিব, পুৰষেই হওক অথবা নাৰী, কিন্তু আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী হ’ব লাগিব, এই উত্তম আদৰ্শৱান লোকসকলেই কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰিব। তাত আল্লাহে তেওঁলোকক জান্নাতৰ অগণিত ফলমূল আৰু অসীম নিয়ামত উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجدال لإبطال الحق وإحقاق الباطل خصلة ذميمة، وهي من صفات أهل الضلال.
সত্যক মিছা আৰু মিছাক সত্য প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰাটো হৈছে বেয়া স্বভাৱ। এইটো পথভ্ৰষ্ট লোকসকলৰ বৈশিষ্ট্য।

• التكبر مانع من الهداية إلى الحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে।

• إخفاق حيل الكفار ومكرهم لإبطال الحق.
সত্যক মিছা প্ৰমাণিত কৰিবলৈ কাফিৰসকলৰ চক্ৰান্ত সদায় বিফল হয়।

• وجوب الاستعداد للآخرة، وعدم الانشغال عنها بالدنيا.
পাৰ্থিৱ জীৱনৰ ব্যস্ততা পৰিহাৰ কৰি আখিৰাতৰ বাবে প্ৰস্তুতি লোৱা অনিবাৰ্য।

 
የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ጋፊር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት